খুবেই মৰ্মান্তিক! বিয়াৰ ৩ মাহ পিছত মধুচন্দ্ৰিকা (Honeymoon)ৰ বাবে গৈছিল ৰোহিত-মানসী; কিন্তু মৃত্যু কেতিয়া, কাৰ কাষ চাপে ক’ব নোৱাৰি, আদবাটতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে নৱবিবাহিতা দম্পতীয়ে
এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ (Chandigarh Manali National Highway) ১৭ মাইলত। তিনিমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ ...
Read more