কোন সঁচা, কোন মিছা? ৪ যুৱক-যুৱতীয়ে গহপুৰলৈ যাম বুলি ভাড়ালৈ লৈ গৈছিল এখন ছুইফ্ট ডিজায়াৰ; টকাৰ লোভত চালকো হৈছিল মান্তি, তাৰ পিছত মাৰপিট, সুৰাৰ প্ৰলোভন, যৌন নিৰ্যাতন, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…
গহপুৰ (Gohpur) ব্ৰহ্মাজানত (Brahmajan) গুৱাহাটীৰ পৰা লৈ অহা এখন ভাড়াতীয়া বাহনৰ চালকক মাৰপিট। ৪ যুৱক-যুৱতীৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীক গতালে ...
Read more