Tag: বিদ্যুৎ বিভাগ

হায় ৰে বিদ্যুৎ বিভাগ! ৰাস্তাৰ দাঁতিত থকা খুঁটাৰ পৰা ছিগি পৰি থকা তাঁৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱটিলে এজন লোকে, ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি

জামুগুৰিহাটৰ (Jamugurihat) ডেকাচুক গাঁৱত বিদ্যুৎ বিভাগৰ (Power Department) গাফিলতিৰ বাবে এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হয়। ৰাস্তাৰ দাঁতিত থকা ...

Read more

Alert বিদ্যুৎ বিভাগ! প্ৰাতঃভ্ৰমণলৈ গৈ উন্মুক্ত ট্ৰেঞ্চফৰ্মাৰৰ তলৰ পানী স্পৰ্শ কৰি কৰুণ মৃত্যুক সাৱটিলে টেট শিক্ষকে; হিয়া ঢাকুৰি কান্দোন পত্নী-মাতৃৰ, খুবেই দুখলগা এক দৃশ্য

বিদ্যুৎ বিভাগৰ (Power Department) গাফিলতিৰ ভয়ংকৰ পৰিণতি। মুকালমুৱা (Mukalmua) ঘোঁৰাথালত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। প্ৰাতঃ ভ্ৰমণলৈ গৈ ...

Read more

ডাঙৰ খবৰ! আজি নিশা ১ ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখক বিদ্যুতৰ ছুইটছ ; বন্ধ কৰি ৰখাৰ সময়সীমাও প্ৰকাশ কৰিছে APDCL-এ

আজি নিশা এঘণ্টাৰ বাবে বিদ্যুতৰ ছুইটছ বন্ধ (Light Switch Off) কৰি ৰাখিবলৈ আহ্বান বিদ্যুৎ বিভাগৰ (APDCL Urges)। নিশা ৮.৩০ৰ পৰা ...

Read more

বিদ্যুত চুৰি কৰা লোকৰ ঘৰত বিদ্যুৎ বিভাগ; উঠাই লৈ যায় ফ্ৰীজ, মটৰ, ফেন, কুকাৰ

বিদ্যুত চুৰি কৰা লোকসকলৰ ঘৰত বিদ্যুৎ বিভাগৰ অভিযান। বৰপেটাৰোডৰ বৈদ্যুৎতিক উপ-সংমণ্ডল পৰা যোৱা এটি দলে সৰভোগ সমষ্টিৰ তথা বৰপেটা জিলাৰ ...

Read more

নালাগে ক’ত ধন? ট্ৰাঞ্চফৰ্মাৰ প্ৰদানৰ নামতো বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক দিব লাগে ধন!

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ APDCLৰ অধীনত থকা গোটাবাৰী গাঁও পঞ্চায়তৰ তাতিপাৰা গাৱঁৰ বিদ্যুৎ গ্ৰাহকক নতুনকৈ ট্ৰাঞ্চফৰ্মাৰ প্ৰদানৰ নামত বৃহৎ ...

Read more

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist