Health Tips: প্লাম (Plum) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে বহু লাভ; যদি নাপায় তেন্তে আপোনাৰে হৈ আছে লোকচান, পিছে জানি লও আহক ইয়াৰ লাভালাভবোৰ কি কি?
Plum Health Benefits: প্লাম (Plum) এক ঋতুগত গ্ৰীষ্মকালীন ফল। যিসকলে টেঙা-মিঠা বস্তু খাবলৈ ভাল পায় তেওঁলোকৰ প্ৰথম পচন্দ হৈছে প্লাম। ...
Read more