Tag: ধিং

দেৱানী-মাতাব্বৰৰ গুণ্ডাৰাজ! চান্দাৰ ধন নাপালেই ভাঙি দিয়ে হাত-ভৰি, লৈ যায় গৰু-ম’হ, জ্বলাই দিয়ে ঘৰ-বাৰি

ধিঙৰ দাঁতিকাষৰীয়া একাংশ চৰাঞ্চলৰ দেৱানী-মাতাব্বৰৰ কৰ্ম কাণ্ডই বাৰে বাৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহাটো কোনো নতুন কথা নহয়। এইবাৰ ...

Read more

পি এম কিষানৰ ২০ কোটি টকীয়া কেলেংকাৰীৰ তথ্য ফাদিল; টকাৰ পাহাৰ গঢ়িলে দুই ভাতৃয়ে!

ধিঙত (Dhing) পি এম কিষানৰ (PM KISAN scheme) নামত সংঘটিত ২০ কোটি টকীয়া কেলেংকাৰীৰ তথ্য ফাদিল। সমগ্ৰ কেলেংকাৰীৰ আঁৰত আছে ...

Read more

ধন লৈ চাকৰি দিয়াৰ নামত নামত প্ৰৱঞ্চনা; সাঙুৰ খাইছে আঙুৰলতা ডেকা আৰু আকাশদ্বীপ ডেকাৰ নাম, অডিঅ’ত স্পষ্ট কথা

ধন লৈ চৰকাৰী চাকৰি দিয়াৰ নামত নামত প্ৰৱঞ্চনা। প্ৰৱঞ্চকৰ লগত নাম সাঙুৰ খাইছে আঙুৰলতা ডেকা আৰু আকাশদ্বীপ ডেকাৰ। আঙুৰলতাৰ ঘনিষ্ঠ, ...

Read more

মাটিৰ বাবে ককায়েকে প্ৰাণ ল’লে ভাতৃৰ; এই ঘটনা ধিঙৰ

ধিঙৰ (Dhing) লালিপথাৰত ভূমিকেন্দ্ৰীক সংঘাত(Land Clash)। ভূমিৰ বাবেই ককায়েকে প্ৰাণ(Murder) ল'লে ভায়েকৰ। নিহত লোকজনৰ নাম আব্দুল মালেক। ককায়েক আব্দুল খালেক ...

Read more

ভয়ংকৰ পথ দুৰ্ঘটনা! চালকৰ বিপৰীতে হেণ্ডিমেনে চলোৱা বাবে দ’ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ

ধিঙৰ খৈৰামাৰীত আজি পুৱাই এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। যাত্রী কঢ়িয়াই নিয়া এখন বাছ পথৰ পৰা দ' খাৱৈত বাগৰি ...

Read more

পি এম কিষানৰ নামত ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ কেলেংকাৰী হোৱা এখন পঞ্চায়ত! কেলেংকাৰীৰ আঁৰত কোন কোন ?

একমাত্ৰ দৰিদ্ৰ কৃষকৰ বাবে ৰূপায়ন কৰা এটি বিশেষ আচঁনি। নাম-প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আচঁনি চমুকৈ" পি এম কিষান "। প্ৰধানমন্ত্ৰী ...

Read more

১০ বছৰীয়া বৈবাহিক জীৱনত ২৫ বাৰকৈ পলাই ৰূপালী জয়ন্তী পাতিলে আজমলা খাতুনে…

এয়া ধিঙৰ ঘটনা। ধিঙৰ লহকৰ গাঁৱৰ গুলজাৰ হুছেইনৰ পত্নী এইগৰাকী আজমলা খাতুন। ১০ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা আজমলাৰ আছে ...

Read more

মতিন মাষ্টৰ হায় হায়! চোঁচৰাই ঠেলি-হেচি বিদ্যালয়ত সোমোৱাই তলা মাৰি দিলে প্ৰধান শিক্ষকক, কাৰণ…চাওক Video

দুৰ্নীতি,অনিয়ম, কেলেংকাৰী আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ তেজখোৱা এজন প্ৰধান শিক্ষক। ৰাইজে উত্তম মাধ্যম দি চোঁচৰাই ঠেলি-হেচি বিদ্যালয়ত সোমোৱাই তলা মাৰিলে নিৰ্লজ্জ ...

Read more

সাংবাদিকক প্ৰহাৰ! আৰক্ষীৰ গুলীত মৃত ডকাইত জয়নাল আবেদিনৰ পৰিয়ালৰ গুণ্ডামি

নগাঁৱৰ ধিঙত আৰক্ষীৰ গুলীত মৃত ডকাইত জয়নাল আবেদিনৰ পৰিয়ালৰ গুণ্ডামি। বাতৰি সংগ্ৰহৰ বাবে যোৱা ধিঙৰ সাংবাদিক দ্বীপজ্যোতি কাকতি আৰু এগৰাকী ...

Read more

ক’ত আছে জলসম্পদ বিভাগ? কিয় চকুত নপৰে একাংশ ঠিকাদাৰৰ দুৰ্নীতি!

ধিঙৰ উত্তৰ দিশে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ বান গৰা খহনীয়া প্ৰতিৰোধৰ বাবে শিলঘাটৰ পৰা ধিং - ভূৰাগাঁও-মায়ং- হিলৈখুন্দালৈকে বৃস্তিত মথাউৰিটো ...

Read more
Page 2 of 3 1 2 3

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist