ঘূৰ্ণীবতাহৰ (Tornado) ভয়ংকৰ ৰূপ; এনেকুৱা দৃশ্য হয়তো আপুনি কেতিয়াও দেখা নাই, এই দৃশ্য অসমৰে, Watch Viral Video
ৰাজ্যত ঘূৰ্ণীবতাহৰ (Tornado) ভয়ংকৰ ৰূপ, হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰপেটা (Barpeta) চেঙাৰ চেনীমাৰী গাঁৱতত ভয়াৱহ ঘূৰ্ণীবতাহ (Tornado) ৷ ৰাতিপুৱা চেঙা ...
Read more