Tag: অসম

মৰ্মান্তিক! বালি কঢ়িওৱা গাড়ীৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এটি ৪ বছৰীয়া কণমানিয়ে; সন্তানৰ মৃত্যুত কান্দোনত ভাগি পৰিছে মাতৃ

কামপুৰত (Kampur) বালি গাড়ীৰ দৌৰাত্ম্য। কামপুৰৰ লুটুমাৰীৰ খেৰণিত বালি গাড়ীৰ চেপাত নিহত এটি কণমানি শিশু (4 Years Child Died)। অকাল ...

Read more

মৰ্মান্তিক! একেদিনাই এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে হেৰুৱালে ৫ জনকৈ কৰ্মচাৰীক; ৰাস চাই ঘৰলৈ উভতি আহি থাকোতে একেলগে প্ৰাণ হেৰুওৱা ৫জন যুৱকলৈ শ্ৰদ্ধাঞ্জলি সহকৰ্মীৰ

নলবাৰীত (Nalbari) সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত (Horrific Road Accident) একেদিনাই ৫ জনকৈ কৰ্মচাৰীক হেৰুৱালে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বাটৰহাট ...

Read more

Happy Birthday Hearthrob: ৫০ বছৰত ভৰি দিলে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে (Zubeen Garg); তেওঁৰ ৫০তম জন্মদিনত ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা কেক কাটিব অনুৰাগীয়ে

আজি ৫০ বছৰত ভৰি দিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গে (Hearthrob Zubeen Garg)। শিল্পীগৰাকীৰ অসংখ্য অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো বিশেষভাৱে ...

Read more

অৱশেষত পালে ন্যায়! ১৩ বছৰীয়া ছাত্ৰীক ধৰ্ষণ (Rape) কৰা অভিযুক্ত মুস্তাফিজুৰ ৰহমানক ২০ বছৰৰ কাৰাদণ্ড; লগতে ২০ হাজাৰৰ জৰিমনা, ২০১৯তে হৈছিল এই ধৰ্ষণকাণ্ড

ধৰ্ষণকাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান দক্ষিণ শালমাৰা-মানকাচৰ জিলা-সত্ৰ ন্যায়ালয়ৰ (South Salmara Mankachar District And Sessions Judge Court)। ২০১৯ চনৰ ৭ চেপ্টেম্বৰৰ ...

Read more

খুবেই দুখলগা! বন্যহস্তীয়ে (Wild Elephant) একেলগে প্ৰাণ ল’লে মাতৃ-পুত্ৰৰ; মৃতদেহৰ কাষত বহি হিয়া ভগা কান্দোন পৰিয়ালৰ

ৰাজ্যত ভয়ংকৰ ৰূপত দেখা গৈছে হাতী মানুহৰ সংঘাত (Human And Wild Elephant Clash)। এইবাৰ দুধনৈ (Dudhnoi) মাটিয়াত (Matia) বন্যহস্তীৰ আক্ৰমণত ...

Read more
Page 4 of 123 1 3 4 5 123

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist