Saturday, January 11, 2025

Tag: স্বাস্থ্যৰ পৰামৰ্শ

Health Tips: অকটা গোন্ধৰ বাবে ‘ভেদাইলতা’ (Bhedailota) খাবলৈ বেয়া পাই নেকি? কিন্তু জানেনে এই বনশাকবিধৰ এনে বহু আশ্চৰ্যকৰ গুণাগুণ আছে যিবোৰ পঢ়িলে আপুনিও হ’ব আচৰিত; পিছে জানো আহক লাভালাভবোৰ কি কি?

Bhedailota Health Benefits: ভেদাইলতা প্ৰতিগৰাকী অসমীয়াৰে পৰিচিত বনৌষধ। গ্ৰাম্য অঞ্চলত ভেদাইলতাৰ ব্যৱহাৰ অধিক। ভেদাইলতাৰ পাত মোহাৰিলেই বেয়া গোন্ধ ওলায় যদিও ...

Read more

Health Tips: কল পচলা (Banana Stem) খাই হয়তো সকলোৱে ভাল পায়; কিন্তু জানেনে আপুনি খাই ভালপোৱা এই পাচলিবিধৰ আছে বহু লাভালাভ, আহক জানো কি কি?

Banana Stem Health Benefits: কল পচলা সাধাৰণ আঞ্জা নহয়, ই বহুতো ঔষধি গুণৰ অধিকাৰী। এই পাচলিবিধ যিমান সম্ভৱ খাবলৈ আৰম্ভ ...

Read more

Health Tips: পাকঘৰত পোৱা এবিধ সাধাৰণ পাচলি ‘পিঁয়াজ’ (Onion); কিন্তু জানেনে এই পাচলি বিধৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, পঢ়িলে আপুনিও হৈ উঠিব আচৰিত, পিছে জানো আহক কি কি?

Onion Benefits: পিঁয়াজ বহুতো গুণেৰে সমৃদ্ধ। যিকোনো ৰন্ধন প্ৰণালীৰ সোৱাদ বঢ়াবলৈ কেৱল পিঁয়াজে যথেষ্ট। কিন্তু জানেনে কেৱল ৰন্ধা-বঢ়াৰ ক্ষেত্ৰতে নহয় ...

Read more

Health Tips: আহক আজি জানো আমলখি (Gooseberry)ৰ উপকাৰিতাৰ বিষয়ে; পিছে ইয়াৰ উপকাৰিতাৰ লগতে আছে অপকাৰিতাও, জানি লও আহক কি কি?

Gooseberry Benefits: পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, ...

Read more

Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

Elephant Apple Benefits: ঔ টেঙা অসমীয়া মানুহৰ মাজত কিমান ব্যৱহাৰ হয় সেয়া সকলোৱে জানে। দাইলত দি, মাছেৰে সৈতে, আচাৰ, চাটনি ...

Read more

Health Tips: অমিতা যিমান উপকাৰী তাতোকৈ দুগুণ উপকাৰী অমিতা গছৰ পাত (Papaya Leaves); ইয়াৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, পিছে জানি লও আহক কি কি?

Papaya Leaves Benefits: অমিতা (Papaya)ৰ প্ৰচুৰ পৰিমানে স্বাস্থ্য উপকাৰী আৰু ৰোগ নিৰাময় ক্ষমতা থকা হেতুকে আমাৰ যথেষ্ট প্রিয়। সাধাৰণতে আমি ...

Read more

Health Tips: কি দাইল আপুনি খাই ভাল পায়? কিন্তু আটাইকেইবিধ দাইলৰ ভিতৰত ‘ৰহৰ দাইল’ (Toor Dal) শ্ৰেষ্ঠ; পিছে কিয় জানো আহক, তাৰ বাবে পঢ়ি লওক লাভালাভবোৰ কি কি?

Toor Dal Health Benefits: প্ৰায়ভাগ ঘৰত খাদ্যত দৈনিক দাইল বনোৱা হয়। চিকিৎসকসকলে দৈনিক দাল খোৱাৰ পৰামৰ্শ দিয়ে। দাইল খোৱাত ই ...

Read more

Lifestyle Tips: ঘামৰ দুৰ্গন্ধই (Smelly Underarms) আমনি কৰিছে নেকি? এই উপায়বোৰেৰে সমস্যাটো আঁতৰি যাব, কেৱল জানি লওক উপায়বোৰ কি কি?

Smelly Underarms In Summer Home Remedies: গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম বহুত বেছিকৈ ওলাই যাৰ ফলত প্ৰায়ে কাষলতিৰ পৰা দুৰ্গন্ধ ওলাবলৈ ...

Read more

Health Tips: লেটেকু (Burmese Grapes) খাই ভাল পায়নে? যদি পাই আপোনাৰে হৈ আছে বহু লাভালাভ; যদি নাপায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ, জানো আহক কি কি?

লেটেকু (Burmese Grapes) হৈছে Phyllanthaceae পৰিয়ালৰ এক ধীৰ গতিত বৰ্ধিত চিৰসেউজ গছ। ইয়াক এছিয়াত পোৱা যায় আৰু সাধাৰণতে বাৰ্মা, ভিয়েটনাম, ...

Read more
Page 2 of 12 1 2 3 12

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist