• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Aditya L-1 চতুৰ্থবাৰ কক্ষপথ সলনি কৰিলে !!

Custom Essays

পবিত্র গণেশ চতুৰ্থীৰ দিনাই মৰিগাঁওত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

Aditya L-1 চতুৰ্থবাৰ কক্ষপথ সলনি কৰিলে !!

মঙলবাৰৰ মাজ নিশা (১৯ ছেপ্তেম্বৰ) পৃথিৱীৰ এৰি সূৰ্যৰ দিশে আগুৱাব ইছৰ'ৰ সৌৰযান

Khatang Khobor by Khatang Khobor
September 19, 2023
in SPACE SCIENCE, আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
Share on FacebookShare on Twitter

আৰু এটা স্তৰ পাৰ কৰিলে সৌৰযান আদিত্য এল -১য়ে ৷ চন্দ্ৰযান-৩ৰ পাছতেই ইতিমধ্যে আন এক মাইলৰ খুঁটি স্থাপন কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ ৱে। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নির্মিত সৌৰযান আদিত্য-এল-১ ক ২ ছেপ্তেম্বৰ তাৰিখে শ্ৰীহৰিকোটাৰ পৰা সূৰ্যৰ দিশে সফলভাবে উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ পৰাই নিজৰ লক্ষ্যত এই পর্যন্ত অবিচল হৈ আছে আদিত্য- এল-১।

ইছৰৰ বিজ্ঞানীৰ সু- পৰিচালনাত অতি কৌশলীভাৱে ইটোৰ পাছত সিটোকৈ পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰি গৈ আছে। সৌৰযানখনে চতুৰ্থবাৰলৈ পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰিলে। এক বিবৃত্তিযোগে ইছৰ ৱে এই খবৰ সদৰী কৰিছে। অৱশ্যে আদিত্য- এল-১ৰ আচল অগ্নিপৰীক্ষা হ’ব অহা মঙলবাৰে।

যোৱা তিনি ছেপ্টেম্বৰত প্ৰথমবাৰ কক্ষপথ সলনি কৰিছিল সৌৰযানে। ইয়াৰ পাছত এই পর্যন্ত চাৰিবাৰ কক্ষপথ সলনি কৰিলে। মঙলবাৰৰ মাজ নিশা পঞ্চম তথা ‘অন্তিমবাৰলৈ যানখনে পৃথিৱীৰ কক্ষপথ পৰিৱৰ্তন কৰিব। সেই প্ৰক্ৰিয়া সফল হ’লেই  পৃথিৱী এৰি যাব আদিত্য এল ১, সূৰ্য্য অধ্যয়ন কৰিবলৈ ১৫ লাখ কিলোমিটাৰ যাত্ৰা আৰম্ভ ।

ইয়াৰ দ্বাৰা পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থিত সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জ পইণ্ট ১ (L1)লৈ প্ৰায় ১১০ দিনীয়া যাত্ৰা আৰম্ভ হয়।

অর্থাৎ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ আওতাৰ পৰা বাহিৰলৈ ওলাই সৌৰযানখনে সূৰ্যৰ দিশে অগ্ৰসৰ হ’ব। যানখনে ১৫ লাখ কিলোমিটাৰ দূৰৰ ‘লে-পইণ্ট পর্যন্ত ৰাওনা হোৱাৰ কথা। আদিত্যই মাধ্যাকর্ষণ, সূৰ্যৰ পোহৰৰ জীৱনী শক্তিসহ নানা বিষয়ত পৰীক্ষা চলাব। যানখনত আছে সাতটা পে-লোড।

যাৰ ভিতৰত এটাই সূৰ্যৰ পৰা অহা পোহৰ পৰীক্ষা কৰিব। বাকী তিনিটাই প্লাজমা আৰু মেগনেটিক ফিদ্ৰক লৈ কাম কৰিব। শক্তি নিৰ্ধাৰণ কৰিব। সূৰ্যৰ আলোক বিচ্ছুৰণৰ ধৰণ পৰ্যবেক্ষণ সমান্তৰালভাৱে ইছৰ’সৌৰযানে সূৰ্য্যৰ সমীপৰ বতৰো পৰ্যবেক্ষণ কৰিব আৰু লগে লগে তথ্যও প্ৰেৰণ কৰিব ৷

 

 

Tags: Aditya L1InternationalNational
Previous Post

Custom Essays

Next Post

পবিত্র গণেশ চতুৰ্থীৰ দিনাই মৰিগাঁওত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist