ঈদৰ (Eid) আনন্দ-উলাহৰ মাজতেই দৰঙৰ (Darrang) বেছিমাৰীত (Besimari) এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত (Horrific Road Accident) হয়। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰ (Swift Dzire Fall Into Ditch) ৷ লালপুলৰ পৰা দলগাঁৱলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।
কথমপি প্ৰাণৰক্ষা আটাইকেইগৰাকী যাত্ৰীৰ। স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা চাৰিগৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰে ৷ চাৰিগৰাকী যাত্ৰীৰ ভিতৰত ৩ গৰাকী যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi
Discussion about this post