মহানগৰীৰ (Guwahati) চানমাৰিত (Chandmari) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ফটো মাৰিবলৈ গৈ বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা বাগৰি পৰে এগৰাকী যুৱতী (Girl Critically Injured After Falling From The 3th Floor Of A Building)। বিল্ডিঙৰ পৰা বাগৰি পৰি এটা টিঙৰ ঘৰত পৰে। যাৰ ফলত সৌভাগ্যক্ৰমে যুৱতীগৰাকীৰ প্ৰাণৰক্ষা পৰে যদিও গুৰুতৰভাবে আহত হয়। বিল্ডিঙৰ পৰা বাগৰি পৰাৰ ফলত ডিঙি-ভৰি-হাতৰ কেইবাডালো হাড় ভাঙি যায়। যুৱতীগৰাকীৰ ঘৰ নগাঁৱৰ জাজৰিত বুলি জানিব পৰা গৈছে। চানমাৰিৰ এটা PGত আছিল যুৱতীগৰাকী।

সংকটজনক অৱস্থাত যুৱতীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। যুৱতী গৰাকীৰ নাম নাজবিন চুলতানা। হাস্পতালৰ পৰা ওলাই অহাৰ পিছত হুইল চেয়াৰতে বহি কটাব লাগিব কেইবাটাও বছৰ।
Photo: Khatang Khobor




























Discussion about this post