মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) লগতে ৰূপজ্যোতি কুৰ্মীক (RupJyoti Kurmi) হত্যাৰ নিৰ্দেশ। ডিমাপুৰৰ পৰা এজন যুৱকে প্ৰেৰণ কৰে বিস্ফোৰক ভিডিঅ’ (Video)।
ডিমাপুৰত অচিনাক্ত দুৰ্বৃত্তই হিমন্ত বিশ্ব শৰ্মা আৰু ৰূপজ্যোতি কুৰ্মীক গুলিয়াই হত্যা কৰিবলৈ পিষ্টল তুলি দি হেঁচা প্ৰয়োগ কৰিছিল বুলি কয় যুৱকজনে। ঢকুৱাখানৰ পৰা ডিমাপুৰলৈ কাপোৰ কিনিবলৈ আহোতেই দুৰ্বৃত্তই ধৰি নিছিল শৰৎ দাস নামৰ এজন যুৱকক। লগতে যুৱকজনৰ লগত থকা ৩ লাখ ৩৫ হাজাৰ টকা কাঢ়ি নি তাৰ হাতত তুলি দিছিল এটা .22 পিষ্টল। নথি পত্ৰও কাঢ়ি লৈছিল দুৰ্বৃত্তৰ দলটোৱে। তাৰ পিছতে বিস্ফোৰক ভিডিঅ’ প্ৰেৰণ যুৱকজনৰ।
চাওক ভিডিঅ’-
মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ অচিনাক্ত দুৰ্বৃত্তই হেঁচা প্ৰয়োগ শৰৎ দাসক। পিচত ডিমাপুৰৰ পৰা উদ্ধাৰ কৰে খটখটি আৰক্ষীয়ে।
Photo: Khatang Khobor




























Discussion about this post