• Home
  • Privacy Policy
  • Terms & Conditions
Thursday, June 5, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
সুৰাকন্যা নামেৰে চৰ্চিত বিতর্কিত মডেল ৰাজকন্যা বৰুৱাৰ উদ্ভণ্ডালিৰ ঘটনা এয়াই প্ৰথম নহয়; ২০১৫, ২০১৭ আৰু ২০১৮ৰো আছে কলংকিত কাহিনী

জঘন্য! পাষাণ পিতৃৰ কামনাৰ বলি হৈ ৭ মাহৰ গৰ্ভৱতী ১৪ বছৰীয়া কিশোৰী

ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ আৰু ট্ৰাকৰ মুখামুখি সংৰ্ঘষত ৯জনৰ মৃত্যু, ২৭ আহত

সুৰাকন্যা নামেৰে চৰ্চিত বিতর্কিত মডেল ৰাজকন্যা বৰুৱাৰ উদ্ভণ্ডালিৰ ঘটনা এয়াই প্ৰথম নহয়; ২০১৫, ২০১৭ আৰু ২০১৮ৰো আছে কলংকিত কাহিনী

ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে

Khatang Khobor by Khatang Khobor
October 7, 2021
in অসম, খবৰ
0 0
Share on FacebookShare on Twitter

বিতর্কিত মডেল ৰাজকন্যা বৰুৱাই (RajKanya Baruah) গুৱাহাটীৰ (Guwahati) ৰুক্মিনীগাঁৱত ১জন পথচাৰীসহ ৮জন শ্ৰমিকক বাহনেৰে মহটিয়াই নিয়া ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। ইমানকেইজন লোকক গুৰুতৰভাৱে আহত কৰি দুৰ্ঘটনাৰ পাছৰদিনাই জামিনত মুকলি হোৱা ঘটনাক লৈ ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰক্ষীৰ ছত্ৰছায়াতে ৰাজকন্যাই জামিন লাভ কৰিছিল।

আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু কৰিছিল কেৱল ৪টা ধাৰাহে। ৰাজকন্যাই জামিন লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘটনাটোত হস্তক্ষেপ কৰিছিল আৰু ঘটনাটোৰ তদন্তৰ ঘোষণা কৰিছিল। ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ তদন্তৰ ঘোষণাৰ পিছতে ICUত ভৰ্তি হৈ থকা ৰাজকন্যাৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বোৰ্ড। প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰিছিল মেডিকেল বোৰ্ডে। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত ধৰা পৰা নাছিল ৰাজকন্যাৰ অসুস্থতা। ইয়াৰ পিছতে বুধবাৰে হাস্পতালৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মডেল ৰাজকন্যা বৰুৱাক।

সুৰামত্ত হৈ ৰাজকন্যাই উদ্ভণ্ডালি কৰা ঘটনা এয়াই প্রথম নহয় ৷ ৯জনকৈ লোকক সুৰামত্ত হৈ গাড়ীৰে খুন্দিয়াই আঘতপ্রাপ্ত কৰাৰ পিছত পোহৰলৈ আহিছে ৰাজকন্যাৰ পূর্বৰ কেইবাটাও উদ্ভণ্ডালিৰ ঘটনা ৷

২০১৫ চনত খাৰঘুলিত সুৰাপান কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাক লৈ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল ৰাজকন্যা ৷ এগৰাকী বান্ধৱীসহ খাৰঘুলিত সুৰামত্ত অৱস্থাত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ৰাজকন্যাই ৷ সেই সময়ত স্থানীয় একাংশ লোকে ৰাজকন্যা আৰু তেওঁৰ বান্ধৱীক গতাই দিছিল লতাশিল আৰক্ষীক (Latasil Police) ৷ আৰক্ষীয়ে আটক কৰাৰ পিছতো থানাৰ ভিতৰতেই উদ্ভণ্ডালি কৰিছিল ৰাজকন্যাই ৷

প্রভাৱশালী লোকৰ সৈতে ঘনিষ্ঠতা থকাৰ কথা উল্লেখ কৰি থানাৰ ভিতৰতে ৰাজকন্যা আৰু তেওঁৰ বান্ধৱীয়ে বাৰম্বাৰ আৰক্ষীক অশালীন ব্যৱহাৰ কৰিছিল ৷

ইয়াৰ পিছৰ ঘটনা ২০১৭ চনৰ। এই দুৰ্ঘটনাটোত সোণাৰিৰ প্রাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্র কৰণজ্যোতি সন্দিকৈ ৭-৮ মাহৰ বাবে ঘূণীয়া হৈ পৰিছিল। গুৱাহাটীৰ ৰুক্মিণীগাঁৱত কৰণজ্যোতিক খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্রাপ্ত কৰিছিল এই বিতর্কিত মডেলগৰাকীয়ে ৷ ৰাজকন্যা উঠি অহা এখন বাইকেৰে খুন্দিয়াই আঘাতপ্রাপ্ত কৰাৰ ফলত প্রায় দুমাহ ধৰি চিকিৎসাধীন হ’বলগীয়া হৈছিল কৰণজ্যোতি নামৰ যুৱকজন ৷

তাৰ পিছত আহিল ২০১৮ চন- গুৱাহাটীৰ জি এছ ৰোডস্থিত Terra Mayaa বিলাসী বাৰৰ সন্মুখতো অপ্রীতিকৰ পৰিস্থিতি সৃষ্টিৰে বিতর্কলৈ আহিছিল এইগৰাকী মডেল ৷ জানিব পৰা অনুসৰি, বাৰখনৰ সন্মুখত আৰক্ষীক দুর্ব্যৱহাৰ কৰাৰ লগতে প্রহাৰো কৰিছিল ৰাজকন্যাই ৷ অৱশ্যে প্রভাৱশালী লোকৰ সৈতে থকা ঘনিষ্ঠতা আৰু ধনৰ বলত এনেদৰে অপৰাধ সংঘটিত কৰিও মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল বিতর্কিত ৰাজকন্যা ৷

Photo: Khatang Khobor

আৰু পঢ়কঃ https://khatangkhobor.com/%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ae/shame-14-years-old-girl-rape-by-step-father-at-charaideo/3374/

Tags: AssamAssamPoliceGuwahatiHimanta Biswa SarmaRajkanya Baruahঅসমঅসম আৰক্ষীগুৱাহাটীবিতর্কিত মডেলমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰাজকন্যা বৰুৱা
Previous Post

জঘন্য! পাষাণ পিতৃৰ কামনাৰ বলি হৈ ৭ মাহৰ গৰ্ভৱতী ১৪ বছৰীয়া কিশোৰী

Next Post

ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ আৰু ট্ৰাকৰ মুখামুখি সংৰ্ঘষত ৯জনৰ মৃত্যু, ২৭ আহত

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

June 4, 2025
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

May 27, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist