পেট্ৰ’ল পাম্প (Petrol Pump) বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ। ২২ৰ পৰা ২৪ অক্টোবৰলৈকে থকা বন্ধ প্ৰত্যাহাৰ কৰিলে এছ’ছিয়েচনে। উপায়ুক্তৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰে পেট্ৰ’ল-ডিজেল এছ’ছিয়েচনে (Petrol-Diesel Association)। ১০টা দাবীৰে পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত লৈছিল।
কাইলৈৰ পৰা পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ ঘোষণা কৰিছিল সংগঠনটোৱে। ৬ৰ পৰা ৭টা দাবী মানি লৈছে প্ৰশাসনে। প্ৰশাসনৰ পৰা বিচাৰিছে লিখিত প্ৰতিশ্ৰুতি। মীমাংসাৰ দিশে গতি কৰিছে তেওঁলোকৰ বিবাদ।
Photo: Google





























Discussion about this post