চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত অখিল গগৈ। NIA আদালতে অভিযোগ মুক্ত কৰে অখিল গগৈসহ আন দুজনক।
অৱশ্যে ভাস্কৰ জ্যোতি ফুকন বিৰুদ্ধে চাৰ্জফ্ৰেম কৰা হৈছে। তেওঁৰ ওপৰত আৰোপ কৰা UPA আইনৰ ১৬নং ধাৰা প্ৰত্যাহাৰ। অৰ্থাৎ অখিল গগৈ, ভূপেন গগৈ আৰু জগজিত গোহাঁই চাবুৱা থানা গোচৰৰ পৰা সম্পূৰ্ণ মুক্ত।
অখিল গগৈয়ে পূৰ্বে জামিন লাভ কৰিছিল চাবুৱা থানা গোচৰত। এতিয়া চানমাৰি থানাৰ গোচৰৰ চাৰ্চ ফ্ৰেমৰ চলি আছে শুনানি। চানমাৰি থানাৰ গোচৰৰ পৰা মুক্ত হ’লে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ।
Photo Credit: Google





























Discussion about this post