২০২৩ চনত ছুইডেনত কোৰাণ দাহ কৰা ইৰাকী খ্ৰষ্টীয়ান ছালৱান মমিকাক (৩৮) দেশখনৰ ৰাজধানী ষ্টকহোমৰ চৌডাৰতালিয়েত থকা এটা এপাৰ্টমেণ্টত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। কালি সন্ধিয়া মমিকা অনলাইনৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আজি ষ্টকহোমৰ এখন আদালতে ছালৱান মমিকাৰ কোৰাণ দাহৰ গোচৰৰ ৰায়দান কৰা কথা আছিল।
Discussion about this post