অসম

‘বিহু এৰি দিম, মই বিহুত ইমান Interested নহয় আৰু একো নকও No Comment- ক’লে জুবিন গাৰ্গে

হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Zubeen Garg) ভালপোৱাসকলৰ বাবে দুঃখবৰ। অহা বছৰৰ পৰা ৰঙালী বিহুৰ (Bohag Bihu) কোনো অনুষ্ঠান নকৰে জুবিন গাৰ্গে...

Read more

‘মই নাথাকিলে তুমি কষ্ট পাবা, ব’লা একেলগে যাঁওগৈ’- পাৰিবাৰিক কন্দলত অতিষ্ঠ হৈ ৮ বছৰীয়া কন্যাক লগত লৈ ব্ৰহ্মপুত্ৰত জাঁপ এগৰাকী মহিলাৰ; সন্ধানহীন কণমানিটি

নিমাতী ঘাটত (Jorhat Nimatighat) পুনৰ অঘটন। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ নিমাতিঘাটত। ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিলে মাতৃ-কন্যাই একেলগে। মাতৃয়ে কন্যাসহ...

Read more

শোকাৱহ ঘটনা! পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যু; পুত্ৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি একেদিনাই মৃত্যুক সাৱটিলে মাতৃয়ে

কামৰূপ জিলাত (Kamrup District) বকোত (Boko) সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিশা পথ দুৰ্ঘটনাত (Road Accident) নিহত হোৱা পুত্ৰৰ মৃত্যু...

Read more

কেতিয়াৰ পৰা ৰাজ্যত নাথাকিব কোনোধৰণৰ ক’ভিড নিষেধাজ্ঞা; ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

দিল্লী যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (CM Himanta Biswa Sarma Pressmet)। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।...

Read more

শিহৰণকাৰী! ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত; জীৱন্তে জ্বলি প্ৰাণ হেৰুৱালে এগৰাকী বাইক আৰোহীয়ে, Video চালে আপোনাৰো কঁপি উঠিব গা!

অভয়াপুৰীৰ (Abhayapuri) চৌতাকীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Shocked Road Accident) সংঘটিত হয়। দেওহাটীৰ পৰা যোগীঘোপা অভিমুখে গৈ থকা...

Read more

ভয়ংকৰ পথ দুৰ্ঘটনা; ৰখাই থোৱা ট্ৰাকত খুন্দা বাইকৰ, থিতাতে নিহত বাইক আৰোহী জীৱন বীমা নিগমৰ কৰ্মচাৰী শিশুৰাম আৰু শিক্ষক মানিক

লালুক থানাৰ (Laluk Police) অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুবিত শুকুৰবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত (Road Accident) দুই বাইক আৰোহী থিতাতে...

Read more

আলফা(স্বাধীন)ত যোগদান কৰিবলৈ গৈ সেনাৰ জালত পৰিল ৩ যুৱক; আটক ৰাহুল, কিশোৰ আৰু বিকাশ

ভাৰত তথা অসম চৰকাৰৰ সৈতে একপক্ষীয় যুদ্ধবিৰতিত থকা নিষিদ্ধ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) চমুকৈ আলফা (ULFA-I), অসমৰ পৰেশ...

Read more

নগাঁৱত ২টাকৈ শক্তিশালী IED উদ্ধাৰ; পথাৰত JCBৰে মাটি কাটি থকা অৱস্থাত উদ্ধাৰ হয় শক্তিশালী বোমা দুটা

নগাঁৱৰ (Nagaon) ৰণথলিৰ পথাৰত দুটাকৈ শক্তিশালী বোমা উদ্বাৰ (Bomb Recover)। পথাৰত JCBৰে মাটি কাটি থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ আকাৰৰ...

Read more

আচৰিত ঘটনা! সামান্য মাছৰ তৰকাৰীক লৈ ২ ভাতৃৰ কাজিয়া; সৰু ভায়েকে কুঠাৰেৰে ঘপিয়ালে ডাঙৰ ভায়েকক, পুত্ৰক ৰক্তাক্ত দেখি মৃত্যুক সাৱটিলে পিতৃয়ে

তৰকাৰীক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত কাজিয়া (2 Brothers Clash)। সৰু ভাতৃ হেমন্তই কুঠাৰেৰে আঘাত কৰিলে জ্যেষ্ঠ ভাতৃ মহন্তক। বুধবাৰে...

Read more

ভয়ংকৰ পথ দুৰ্ঘটনা; জেঠাকৰ সৈতে গৈ থাকোতে ১২ চকীয়া ট্ৰাকে পাছফালৰ পৰা মহটিয়াই বাইক আৰোহীক, থিতাতে নিহত অংকিতা কাশ্যপ (১৫) নামৰ এগৰাকী ছাত্ৰী

মঙলদৈ সদৰ থানাৰ (Mangaldoi) সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। বাইক আৰোহীক পাছফালৰ পৰা মহটিয়াই...

Read more
Page 68 of 120 1 67 68 69 120

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist