IND vs ENG: ‘নিজৰ অহংকাৰ পকেটৰ ভিতৰত সোমাই থোৱা’, নিৰন্তৰ ফ্লপ হৈ থকা কোহলীৰ বিৰুদ্ধে ক্ষুব্ধ এইগৰাকী দিগ্গজ
লৰ্ডছ টেষ্টত আয়োজক ইংলেণ্ডক পৰাস্ত কৰা ভাৰতে এতিয়া লিডছৰ হেডিংলিত অনুষ্ঠিত তৃতীয় টেষ্টত ব্ৰিটিছৰ মুখামুখি হৈছে। দীৰ্ঘদিনৰ পিছত ভাৰতীয় অধিনায়ক...




































