ভুল কাৰ? প্ৰেম-প্ৰতাৰণা-হত্যাৰ চেষ্টা; বিবাহিত পুৰুষে প্ৰেমৰ সম্পৰ্ক গঢ়িছিল এগৰাকী যুৱতীৰে, কিন্তু প্ৰেমিকাই জনা নাছিল যে প্ৰেমিক বিবাহিত বুলি, গম পোৱাৰ পিছত প্ৰেমিকাই ডিঙি কাটিলে বিবাহিত প্ৰেমিকৰ
দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাত আৰক্ষীয়ে সোমবাৰে এগৰাকী যুৱতীক নিজৰ 'প্ৰেমিক'ৰ ডিঙি কাটি হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (Girl Arrest...





























