আৰক্ষীক ঘোচ দি গ্ৰেপ্তাৰ খোদ আৰক্ষী বিষয়া; ASI বিষয়াই DSP বিষয়াক ১০ হাজাৰ টকা ঘোচ দিওতে DSP বিষয়াই গ্ৰেপ্তাৰ কৰে ASI বিষয়া আব্দুল মুতালিবক
আৰক্ষীয়ে আৰক্ষীক ঘোচ (Bribe Case) দিয়া আজৱ ঘটনা সংঘটিত হৈছে নগাঁৱত (Nagaon)। ভাল ঠাইত নিযুক্তি বিচাৰি ঘোচ দিবলৈ গৈ নগাঁৱত...































