• Home
  • Privacy Policy
  • Terms & Conditions
Monday, June 23, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Assam HSLC Result 2022: মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থানত জিলিকিল লখিমপুৰৰ ৰক্তোত্‍পল (৫৯৭), শীৰ্ষ ১০টা স্থানৰ তালিকা…

ভয়ংকৰ (Horrific)! মন্দিৰ ভ্ৰমণলৈ গৈ আছিল; নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট দ' খাৱৈত বাগৰি পৰে বাছ, একেলগে ২৬ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয়, বাছখনত ৩০ গৰাকী আছিল যাত্ৰী, দুৰ্ঘটনাটো ইমানেই ভংয়কৰ আছিল যে মৃতদেহকেইটা ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ আৰু ভাঙি চূৰমাৰ দুৰ্ঘটনাগ্ৰস্ত বাছখন

Iphone Üçün Mostbet Proqramını Necə Yükləmək Olar

Assam HSLC Result 2022: মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থানত জিলিকিল লখিমপুৰৰ ৰক্তোত্‍পল (৫৯৭), শীৰ্ষ ১০টা স্থানৰ তালিকা…

Assam HSLC Result 2022: অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই (Seba) আজি ২০২২ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (Assam HSLC Result 2022) ফলাফল ঘোষণা কৰে

Khatang Khobor by Khatang Khobor
June 7, 2022
in খবৰ, অসম
0 0
Share on FacebookShare on Twitter

Assam HSLC Result 2022: অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই (Seba) আজি ২০২২ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (Assam HSLC Result 2022) ফলাফল ঘোষণা কৰে। লগতে ঘোষণা কৰা হ’ল হাই মাদ্ৰাছা পৰীক্ষাৰ (High Madrasa Result) ফলাফল। পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ল ফলাফলসমূহ।

২০২২ বৰ্ষত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ গৰাকী ছাত্ৰ। পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সৰ্বমুঠ ৬৫,১৭৬গৰাকীয়ে। সেইদৰে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ক্ৰমে, ৯৯,৮৫৪ আৰু ৬৪,১০১গৰাকী পৰীক্ষাৰ্থীয়ে। আনহাতে সৰ্বমুঠ ৮৩৭৩ গৰাকীয়ে ডিষ্টিংছন আৰু ১৪,০৪৭গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে।

ইফালে ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে লখিমপুৰ চেইণ্ট মেৰিজ হাইস্কুলৰ ৰক্তোত্‍পল শইকীয়াই। ৰক্তোত্‍পলে সৰ্বমুঠ ৫৯৭ নম্বৰ পাবলৈ সক্ষম হৈছে। আনহাতে সৰ্বমুঠ ৫৫গৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ ১০ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

শীৰ্ষ ১০টা স্থানৰ তালিকা এনেধৰণৰঃ-

প্ৰথম স্থানত-
ৰক্তোত্‍পল শইকীয়া
চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ
৫৯৭

দ্বিতীয় স্থানত-
ভূয়সী মেধি
লিটিল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী
৫৯৬

তৃতীয় স্থানত-
মৃদুপৱন কলিতা
ডনবস্ক’ হাইস্কুল, খেৰণি
৫৯৫

লাবীব মুজিব
ডনবস্ক’ এইচ এছ স্কুল, বৈৰাগীমঠ, ডিব্ৰুগড়
৫৯৫

পাৰ্থপ্ৰতিম দাস
লোহিত দিক্ৰং এইচ এছ স্কুল, বিহপুৰীয়া
৫৯৫

চতুৰ্থ স্থানত-
স্বপ্নৰাজ কলিতা
আনন্দৰাম একাডেমী হাইস্কুল, বৰপেটা
৫৯৪

স্নেহা শইকীয়া
দয়ানন্দ বিদ্যা নিকেতন, গোলাঘাট
৫৯৪

সমাদৃতা শৰ্মা
ডনবস্ক’ হাইস্কুল, বাঘচুং, যোৰহাট
৫৯৪

অন্বেষা বৰা
ডনবস্ক’ হাইস্কুল, ডুমডুমা
৫৯৪

পঞ্চম স্থানত-
জুবেইৰ হুছেইন
পালহাজি এইচ এছ স্কুল, বৰপেটা
৫৯৩

প্ৰাণজিত্‍ বৰদলৈ
নগাঁও আঞ্চলিক হাইস্কুল, দৰং
৫৯৩

ছাহনাজ অঞ্জুম য়াছমিন
বেনগাৰ্ডেন হাইস্কুল, যোৰহাট
৫৯৩

ইকুইট এবট দত্ত
চেইণ্ট মেৰিজ হাইস্কুল, লখিমপুৰ
৫৯৩

ষষ্ঠ স্থানত-
বিতোপন মেধি
চেইণ্ট ছেবাষ্টিয়ানছ স্কুল, মাটিয়া, গোৱালপাৰা
৫৯২

মূৰ্ছনা বৰ্মন
লিটিল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী
৫৯২

সপ্তম স্থানত-
জ্যোতিপল তালুকদাৰ
আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা
৫৯১

শৰ্মিষ্ঠা ভাগৱতী
জৱাহৰজ্যোতি হাইস্কুল, পিঠাগুৰি, লখিমপুৰ
৫৯১

প্ৰিয়ানুজ বৰদলৈ
নিউ লুক একাডেমী, ফুকননগৰ, শিৱসাগৰ
৫৯১

দীপশিখা বৰুৱা
ডিমৌ গাৰ্লছ হাইস্কুল, শিৱসাগৰ
৫৯১

অশ্লেশা শৰ্মা
চেইণ্ট মেৰিজ হাইস্কুল, গুৱাহাটী
৫৯১

নিশা শৰ্মা
টি চি চৰকাৰী বহুমুখী বালিকা HS স্কুল, গুৱাহাটী
৫৯১

অষ্টম স্থানত-
হৰ্ষিত বৰ্মন
পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল, বৰপেটা
৫৯০

অলিভিয়া বৰা
ডনবস্ক’ হাইস্কুল, বাঘচুং, যোৰহাট
৫৯০

ৰাজনন্দিনী বৈদ্য
খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
৫৯০

তেজল আগৰৱাল
খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
৫৯০

উদেষ্ণা বৰদলৈ
খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও
৫৯০

নেহা উপাধ্যায়
বৰছলা HS স্কুল, শোণিতপুৰ
৫৯০

নৱম স্থানত-
ডিভাইন এ পি শৰ্মা
পাঠশালা শিক্ষাবিদ আদৰ্শ হাইস্কুল, বৰপেটা
৫৮৯

আকাশদ্বীপ ভূঞা
হেপিচাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ
৫৮৯

ধৃতিস্মান দত্ত
ছল্টব্ৰুক স্কুল, ডিব্ৰুগড়
৫৮৯

তবিবুল হক
আল আমিন ইছলামিক মডেল স্কুল, কামৰূপ
৫৮৯

পাৰ্থপ্ৰতিম বৰা
জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ লখিমপুৰ
৫৮৯

বিদিশা নাথ
শংকৰদেৱ বিদ্যা নিকেতন, চৰাইবাহী, মৰিগাঁও
৫৮৯

সৃষ্টি নন্দা কাশ্যপ
খ্ৰীষ্টজ্যোতি স্কুল, ধিং, নগাঁও
৫৮৯

আৰিন ভূঞা
হলী নেম স্কুল, শিৱসাগৰ
৫৮৯

জ্যোতিৰ্ময় দত্ত
শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, নিতাইপুখুৰী, শিৱসাগৰ
৫৮৯

অনসূয়া ঠাকুৰীয়া
জি ইউ মডেল হাইস্কুল, গুৱাহাটী
৫৮৯

দশম স্থানত-

আনমিনা খাতুন
নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা
৫৮৮

অনুভৱ কপিল
বঙাইগাঁও এইচ এছ স্কুল, বঙাইগাঁও
৫৮৮

বিশ্বদ্বীপ নাথ
হলীক্ৰছ এইচ এছ স্কুল, কাছাৰ
৫৮৮

অনন্যা ভৰদ্বাজ
লিটিল ফ্লাৱাৰ এইচ এছ স্কুল, ডিব্ৰুগড়
৫৮৮

অনিকংকণা গগৈ
টেঙাখাত জাতীয় বিদ্যালয়, ডিব্ৰুগড়
৫৮৮

অয়ন মিত্ৰ
চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ
৫৮৮

কৌস্তৱ জ্যোতি নাথ
শংকৰদেৱ বিদ্যা নিকেতন মৰিগাঁও
৫৮৮

উদিতি দাস
খ্ৰীষ্টজ্যোতি স্কুল, ধিং, নগাঁও
৫৮৮

দিব্যজ্যোতি লহকৰ
শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী
৫৮৮

ধৃতিস্মিতা ডেকা
শংকৰদেৱ বিদ্যা নিকেতন, নলবাৰী
৫৮৮

হিমাংশু দাস
শ্ৰীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ
৫৮৮

ৰক্তোত্‍পল বৰা
শ্ৰীসুন্দৰমল মডাৰ্ণ স্কুল, শিৱসাগৰ
৫৮৮

কল্লোল বিশ্বাস
ছেক্ৰিড হাৰ্ট স্কুল, তেজপুৰ
৫৮৮

সৌৰভ বৰ্মন
অসম জাতীয় বিদ্যালয়, নুনমাটি
৫৮৮

মায়াংক আগৰৱাল
নিকোলছ হাইস্কুল, ছাত্ৰীবাৰী, গুৱাহাটী
৫৮৮

জুৰিস্মা চক্ৰৱৰ্তী
চেইণ্ট ষ্টিফেনছ স্কুল, গুৱাহাটী
৫৮৮

অনুৰাগ বৰা
শংকৰদেৱ শিশু নিতেকন, বনগাঁও, মাজুলী
৫৮৮

মহম্মদ হাম্মাদুৰ ৰহমান
চেইণ্ট বনিফেচ হাইস্কুল, নগাঁও
৫৮৮

Photo: Khatang Khobor

আৰু পঢ়কঃ https://khatangkhobor.com/news/national/horrific-road-accident-uttarakhand-bus-accident-26-person-killed/9570/

Tags: 10th High Rank২০২২ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাAssamAssam HSLC Result 2022High Madrasa ResultSEBAঅসমশীৰ্ষ ১০টা স্থানৰ তালিকাহাই মাদ্ৰাছা পৰীক্ষা
Previous Post

ভয়ংকৰ (Horrific)! মন্দিৰ ভ্ৰমণলৈ গৈ আছিল; নিয়ন্ত্ৰণ হেৰুৱাই ২০০ ফুট দ’ খাৱৈত বাগৰি পৰে বাছ, একেলগে ২৬ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয়, বাছখনত ৩০ গৰাকী আছিল যাত্ৰী, দুৰ্ঘটনাটো ইমানেই ভংয়কৰ আছিল যে মৃতদেহকেইটা ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ আৰু ভাঙি চূৰমাৰ দুৰ্ঘটনাগ্ৰস্ত বাছখন

Next Post

Iphone Üçün Mostbet Proqramını Necə Yükləmək Olar

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

পৰমাণু বিজ্ঞানীৰ টাৰ্গেট কিলিং : ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনৰ বাবেই বিধ্বস্ত ইৰান

পৰমাণু বিজ্ঞানীৰ টাৰ্গেট কিলিং : ইজৰাইলী মহিলা গুপ্তচৰ কেথৰিনৰ বাবেই বিধ্বস্ত ইৰান

June 23, 2025
আয়াতুল্লা আলী খামেইনী : ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে কাণেৰে, সোঁহাতখনো বিকল

আয়াতুল্লা আলী খামেইনী : ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাই নুশুনে কাণেৰে, সোঁহাতখনো বিকল

June 19, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist