বহু অন্তত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ (AHM) ফলাফল ঘোষণাৰ বাবে সাজু হৈছে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (Seba)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) টুইটাৰযোগে জানিব দিয়া অনুসৰি অহা ৭ জুনত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ (HSLC) ফলাফল। উল্লেখ্য যে ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে অফলাইনযোগে চলা এইবাৰৰ মেট্ৰিক পৰীক্ষাত প্ৰায় ৪ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।
ইফালে ৭ জুনত ১৪টাকৈ ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিকৰ (HSLC) ফলাফল…
পুৱা ১০ বজাৰ লগে লগেই ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে জনালে এই কথা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ছেবাই মুকলি কৰিছে ১৪টাকৈ ৱেবছাইট।
Results of High School Leaving Certificate examination will be announced on 7th June 2022
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 3, 2022
এই ১৪টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ফলাফল। ৱেবছাইট কেইটা হৈছে-
1. http://results.sebeonline,org
2. http://resultsassam.nic.in
3. http://www.indiaresults.com
4. http://www.results.shiksha
5. http://www.assamshiksha
6. http://www.asssamonline.in
7. http://exametc.com
8. http://www.schools9.com
9. https://iresults.net
10. http://assamjobalerts,com
11. http://assamresults.in
12. http://necareer.com
13. http://www.jagranjosh.com
14. http://www.vidyavision.com
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/north-east/four-people-die-in-road-accident-in-north-sikkim/9524/
Discussion about this post