উৎকোচ (Taking Bribe Case) লৈ গুৱাহাটীত (Guwahati) দুৰ্নীতি নিবাৰকৰ (Vigilance And Anti-Corruption) জালত পৰিল কৃষি বিভাগৰ (Department Of Agriculture) বিষয়া। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম পাপৰি দাস। নগদ ১৫ হাজাৰ টকা লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ (Red Handed Arrest) কৰে পাপৰি দাসক।
A team from @DIR_VAC_ASSAM , Assam laid a trap at Athgaon, Guwahati and caught red handed one Ms Papori Das, Senior Assistant,Agriculture Deptt, Secretariat,Dispur while receiving bribe of
Rs.15000/- for processing compassionate appointment file. @assampolice @CMOfficeAssam— GP Singh (@gpsinghips) February 10, 2022
পাপৰি দাস কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা। এগৰাকী মহিলাক অনুকম্পানূলক নিযুক্তি দিয়াৰ বিনিময়ত পাপৰি দাসে বিচাৰিছিল ১ লাখ টকা। আজি দিবলৈ আহিছিল ১৫ হাজাৰ টকা, কিন্তু লাগিল কেনা। অসম সচিবালয়ত কৰ্মৰত এই ঘোচখোৰ কৃষি বিষয়াগৰাকী।
Photo: Khatang Khobor
Discussion about this post