দুৰ্ঘটনা নহয়, আত্মহত্যা (Suicide) হে সংঘটিত হ’ল চলন্ত ফেৰীত (Ferri)। যোৰহাট নিমাতি ঘাটৰ পৰা মাজুলী (Majuli) অভিমুখে গৈ থকা ডিগাৰু নামৰ ফেৰীৰ পৰা জপিয়াই আত্মহত্যা (Suicide)এগৰাকী যাত্ৰীৰ।
প্ৰশাসনৰ তৎপৰতাত উদ্ধাৰ কৰা হয় যাত্ৰীজনক। যাত্ৰীজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে থিতাতে মৃত্যুক আকোঁৱালি ল’লে যাত্ৰীজনে।
মাজুলীৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত প্ৰশাসনৰ প্ৰতিক্ৰিয়া-
Photo & Input: প্ৰাঞ্জল গাৰ্গ
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/bride-gangrape-by-husband-and-his-friends-in-etawah/4897/
Discussion about this post