ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ (Virat Kohli) এটাৰ পিছত আনটো দামী ঘড়ীৰ সংগ্ৰহ আছে। এই ঘড়ীবোৰৰ মূল্য লাখ টকাৰ। বিৰাটে প্ৰায়ে তেওঁৰ লুকছ্ (Looks) আৰু ষ্টাইলৰ (Style) বাবে শিৰোনাম দখল কৰে। বিৰাটৰ ব্যয়বহুল ঘড়ীৰ তালিকাত Patek Philippe Nautilus, Rolex Daytonaসহ আন কেইবাটাও ব্ৰেণ্ড অন্তৰ্ভুক্ত আছে। আহক চাও এই তালিকা।
বিৰাট কোহলীৰ আছে ৰোলেক্স Datejust কোম্পানীৰ ৪১ মিলিমিটাৰ শ্লেট ডায়েল ঘড়ী, যাৰ মূল্য প্ৰায় ৭ লাখ টকা। এই ঘড়ীটোত আছে ৰোমান সংখ্যা। ইয়াৰ ব্ৰেচলেট ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত।
বিৰাট কোহলীৰ লগত আছে ২০ লাখ টকা মূল্যৰ ব্লেক ডায়েল Daytona ঘড়ী। ঘড়ীটোত চেৰাক্ৰোমৰ Black Buzzleয়ো আছে, যিয়ে ঘড়ীটোক যথেষ্ট আকৰ্ষণীয় লুক দিয়ে।
বিৰাট কোহলীৰ আছে ৩০ৰ পৰা ৩৫ লাখ টকা মূল্যৰ Patek Philippe Aquanaut ঘড়ী। এই ঘড়ীৰ লুক আকৰ্ষণীয় আৰু ইয়াৰ আছে লিমিটেড এডিচন।
বিৰাটৰ প্ৰায় ২৭ লাখ টকাৰ Rolex DayDate 40 ঘড়ী আছে। ইয়াৰ শ্লেট ডায়েলত অফ-চেণ্টাৰ ডিস্কত Second time zone display বনোৱা আছে।
বিৰাটৰ Eexpensive ঘড়ী সংগ্ৰহত Patek Philippe Nautilus অন্তৰ্ভুক্ত আছে, যাৰ মূল্য বজাৰত ৫৭ লাখ টকা। বিৰাটক প্ৰায়ে এই ঘড়ীটো পিন্ধা দেখা যায়।
Photo: Social Media
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/azamgarh-sinkhole-swallows-food-stall-several-injured/3944/
Discussion about this post