শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ (Ranoj Pegu) ব্যক্তিগত সহায়কক (PA) গ্ৰেপ্তাৰ (Arrest)। দিছপুৰ আৰক্ষীয়ে (Dispur Police) গ্ৰেপ্তাৰ কৰিলে লক্ষী গগৈক। এগৰাকী যুৱতীক ধৰ্ষণ (Rape) কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লক্ষী গগৈক। ইতিমধ্যে লক্ষী গগৈক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত সহায়ক লক্ষী গগৈক গ্ৰেপ্তাৰ, কেছ নম্বৰ 3821/21 under section 376 ,417 ধাৰাত গ্ৰেপ্তাৰ। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ গগৈক। আদালতলৈ লৈ যোৱা হৈছে গগৈক।
পূৰ্বৰ প্ৰেমিকাক বিয়া পতাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ লক্ষী গগৈৰ বিৰুদ্ধে।
Photo: Khatang Khobor




























Discussion about this post