সামাজিক মাধ্যমত তিৱা জাতিক লৈ অশালীন মন্তব্য কৰা লতিফুৰ ৰহমানৰ বিৰুদ্ধে আজি পূব কাৰ্বি আংলং জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা কান্ঠিচুৰি আকুৰাই তখ্ৰা সমিতিয়ে ক্ৰমে বকলীয়া আৰু ডকমকা থানাত দুখনকৈ এজাহাৰ দাখিল কৰে।
সংগঠন দুটাই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান কৰিছে আৰু ভবিষ্যতে যাতে এনেধৰণৰ মন্তব্যৰ পৰা দূৰত থাকে তাৰ বাবে সংগঠন দুটাই কঠোৰ সকীয়নি প্ৰদান কৰিছে।
Photo & Input: অচ্যুত মছৰং
Discussion about this post