টকিঅ’ অলিম্পিক (Tokyo olympics 2020)ত জেভলিন থ্ৰ’ত স্বৰ্ণপদক লাভ কৰি দেশৰ নাম উজলালে নীৰজ চোপ্ৰাই। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ নীৰজ চোপ্ৰাই প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৯ আগষ্টত ভাৰতলৈ উভতি আহে স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই। কিন্তু আপুনি জানেনে স্বৰ্ণ জয়ৰ পিছতে পুৰস্কাৰ হিচাপে নীৰজে কাৰ পৰা কিমান টকা আৰু কি লাভ কৰে?
নীৰজ চোপ্ৰাই পুৰস্কাৰ হিচাপে পালেঃ
পঞ্জাৱ চৰকাৰৰ পৰা- ২ কোটি
হাৰিয়ানা চৰকাৰৰ পৰা- ৬ কোটি
BCCI-১ কোটি
CSK- ১ কোটি
মণিপুৰ চৰকাৰৰ পৰা- ১ কোটি
Byjus- ২ কোটি
আনন্দ মহিন্দ্ৰ(Anand Mahindra)- XUV 700 Car
এলান গ্ৰুপ(Elan Group)- ২৫ লাখ
গ্ৰেড ১ৰ চৰকাৰী চাকৰি
ইণ্ডিগ’ এয়াৰলাইনছ( Indigo Airlines)- এবছৰৰ বাবে বিনামূলীয়া ভ্ৰমণ
এথলেটিকছ ফেডাৰেচন( Atheletics Federation)- হেড পোষ্ট
সঁচাকৈয়ে এগৰাকী সফল খেলুৱৈৰ চমকপ্ৰদ প্ৰাপ্তি।
Photo: Google
Discussion about this post