ভাৰতৰ প্ৰথমটো সৌৰ অভিযান ‘আদিত্য এল-১’ উপগ্ৰহৰ কৰ্মশালা আৰম্ভ হয় আই আই টি-বি এইচ ইউত। কৰ্মশালাত উল্লেখ কৰা হৈছে যে ডিচেম্বৰ মাহৰ শেষৰ ফালে ইছৰোৰ পৰা ‘আদিত্য এল ১’ উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব। ইয়াৰ দ্বাৰা সূৰ্য্যৰ লুকাই থকা গোপন কথাবোৰ ওলাই আহিব। আই আই টি-বি এইচ ইউৰ বহু জ্যোতিৰ্বিজ্ঞানীও এই ‘আদিত্য এল ১’ উপগ্ৰহ অভিযান প্ৰকল্পৰ সৈতে জড়িত। ইয়াৰ পূৰ্বে আই আই টি বি এইচ ইউৰ বিজ্ঞানীসকলে কেইবাটাও উপগ্ৰহ যন্ত্ৰৰ ডিজাইন কৰিছে।
Discussion about this post