সামাজিক মাধ্যম ফেচবুকত হিন্দু দেৱ-দেৱীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ মিৰাজ আলী। ধৃত মিৰাজ আলীৰ ঘৰ বৰপেটা ৰোডত।
ফেচবুকত হিন্দুৰ দেৱ-দেৱীক অশালীন মন্তব্য কৰা মিৰাজ আলীৰ বিৰুদ্ধে হিন্দু জাগৰণ মঞ্চই মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।
এই এজাহাৰ ভিত্তিত ভূৰাগাঁও আৰক্ষীয়ে বৰপেটা ৰোড আৰক্ষীৰ সহযোগত সাম্প্ৰদায়িক মন্তব্য কৰা মিৰাজক আটক কৰি ভূৰাগাঁও থানালৈ আনি সোধা-পোছা কৰি আজি মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰে।
মিৰাজ আলীয়ে ফেচবুকৰ লাইভত এনেদৰে অশালীন কমেণ্ট কৰিছিল- ‘কৃষ্ণ, ৰামে তহতৰ মা কালীৰ পিছফালে ৰামৰ ডাঙৰ লিংগটো ডুকাইছিল কাৰণে মা কালীয়ে জিভা সব খিনি ওলাই দিছে।’
Photo: ছাদ্দাম হুছেইন
Discussion about this post