গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গুৱাহাটীৰ এজন SBIৰ জ্যেষ্ঠ মেনেজাৰ। নাম দয়াল কৃষ্ণ পাঠক। এই দয়াল কৃষ্ণ পাঠকে পত্নীৰ সৈতে কৰে বিভৎ কাণ্ড। কাণ্ড শুনিলে আপুনিও হয় পৰিব হতবাক। দয়াল কৃষ্ণ পাঠকে পত্নীক প্ৰথমে উলংগ কৰে, তাৰ পিছত নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু তাৰ পিছৰ কাণ্ড শুনিলে আপোনাৰো মুখৰ পৰা এটাই শব্দ ওলাব কি বিভৎ কাণ্ড।
মেনেজাৰ দয়াল কৃষ্ণ পাঠকে ডেগাৰ দেখুৱাই পত্নীক প্ৰথমে উলংগ কৰি, ৪ বছৰীয়া কণমানি সন্তানৰ সন্মুখতে নিজৰ মোবাইলেৰে ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে। অৱশেষত পত্নীয়ে স্বামীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিবলৈ বাধ্য হৈ পৰে।
উল্লেখ্য গুৱাহাটীৰ SBIৰ জ্যেষ্ঠ মেনেজাৰ দয়াল কৃষ্ণ পাঠকে পত্নীক বস্ত্ৰহীন কৰি প্ৰহাৰ কৰে, পত্নীৰ বিভিন্ন অংগত আঘাত দিয়ে, কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে। স্বামীৰ এই কাণ্ডত অতিষ্ঠ হৈ এজাহাৰ দাখিল কৰে পত্নীয়ে।
Photo: Khatang Khobor





























Discussion about this post