মালীৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি অসীমি গইতাক মঙলবাৰে আক্ৰমণকাৰীয়ে চুৰিকাঘাত কৰিছিল। ৰাজধানী বামাকোৰ এটা ডাঙৰ মছজিদত প্ৰাৰ্থনাৰ সময়ত এএফপিৰ এজন সাংবাদিকে লক্ষ্য কৰিছিল যে, দুজন সশস্ত্ৰ লোকৰ এজনে ৰাষ্ট্ৰপতি অসীমি গইতাক চুৰিৰে আক্ৰমণ কৰিছিল।
ৰাষ্ট্ৰপতিৰ ওপৰত আক্ৰমণ ইছলামিক উৎসৱ ঈদ-অল-আদাহৰ সময়ত সংঘটিত হৈছিল। সাংবাদিকজনে কোৱা অনুসৰি, ৰাষ্ট্ৰপতি গইতাক ঘটনাস্থলীৰ পৰা লৈ যোৱা হৈছে।
Photo: Google





























Discussion about this post