কেতিয়াবা এনেকুৱা হয় যেতিয়া কেমেৰাত এনেধৰণৰ লজ্জাজনক কাণ্ড (Shameful Act) বন্দী হৈ যায় যি মানুহৰ বাবে লাজলগা হৈ পৰে। যিকোনো লাইভ মেচৰ সময়ত কেইবাবাৰো ষ্টেডিয়ামৰ পৰা এনেধৰণৰ ঘটনা পোহৰলৈ আহে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ (America) পৰা এনেধৰণৰ ভিডিঅ’ ভাইৰেল (Viral Video) হৈ পৰিছে য’ত এখন লাইভ মেচ চলি আছিল আৰু সেই সময়ছোৱাতে ষ্টেডিয়ামত বহি থকা এহাল প্ৰেমিক-প্ৰেমিকাই যৌন সম্পৰ্ক কৰি থকা দেখা গৈছিল (Couple Intimate Inside Sports Stadium During Live Match Of Baseball)।
দৰাচলতে, এই ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত (California) অৱস্থিত ৰিংচেণ্ট্ৰেল কলিজিয়াম ষ্টেডিয়ামত (RingCentral Coliseum Stadium)। ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি, ষ্টেডিয়ামত অকলেণ্ড এথলেটিকছ (Oakland Athletics) আৰু ছিয়েটল মেৰিনাৰ্ছৰ (Seattle Mariners) মাজত এখন বেছবল খেল চলি আছিল। তাত ষ্টেণ্ডত বহি থকা দৰ্শক আৰু লাইভ টিভিত খেলখন উপভোগ কৰি থকা দৰ্শকে মেচখন উপভোগ কৰি আছিল। তাৰ পিছত হঠাতে কেমেৰাৰ দৃষ্টি চকী খালী হৈ থকা ষ্টেণ্ডত পৰিছিল।
Watch Viral Video:
তাত এহাল প্ৰেমিক-প্ৰেমিকাক দেখা গৈছিল যিয়ে যৌন সম্পৰ্ক কৰি আছিল। দুয়োজনৰে এই লজ্জাজনক কাৰ্য যেতিয়াই কেমেৰাত বন্দী হয়, ষ্টেডিয়ামত বহি থকা মানুহৰ মনোযোগ সেইফালে যায় আৰু হুলস্থুলৰ সৃষ্টি হয়। প্ৰতিবেদনঅনুসৰি, লাইভ মেচ চলি থকা সময়ত, প্ৰেমিক-প্ৰেমিকা হালক ষ্টেণ্ডৰ এটা কোণত এনে কৰা দেখা গৈছিল। এই গোটেই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল (Viral Video) হৈ আছে। ঘটনাটোৰ পিছত, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।
এজন আৰক্ষী বিষয়াই কৈছিল যে খেলখন শেষ হোৱাৰ পিছলৈকে অকলেণ্ড আৰক্ষী বিভাগে ইয়াৰ বিষয়ে একো কথা গম পোৱা নাছিল। এতিয়া তদন্ত আৰম্ভ কৰা হৈছে।
Photo: Google
Discussion about this post