• Home
  • Privacy Policy
  • Terms & Conditions
Sunday, July 20, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    JNU adopts ‘Kulguru’ as gender-neutral term for ‘Vice Chancellor’

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    কেতিয়াও নোশোৱা মুম্বাই মহানগৰীত নিঃসংগ জীৱন অনুপ কুমাৰৰ ।।

    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Health Tips: জিকা (Ridge Gourd) খাই হয়তো বহুতেই ভাল পাই বা নাপাই; কিন্তু এই সাধাৰণ পাচলিবিধৰ লাভালাভবোৰ পঢ়িলে, ভাল নোপোৱাসকলেও ভাল পাবলৈ আৰম্ভ কৰিব, তাৰ আগতে জানি লওক গুণাগুণবোৰ কি কি?

গুৰুত্বপূৰ্ণ সিদ্ধান্ত! মেট্ৰিকত (Hslc) প্ৰথম বিভাগ পোৱা শিক্ষাৰ্থীয়ে নাপাব লেপটপ বা ডেস্কটপ; লাভ কৰিব...

ইয়াকে কয় কথমপি প্ৰাণৰক্ষা! বাঘক জোকাই আছিল; কিন্তু তাৰ পিছত যি ঘটিল সেয়া দেখি হয়তো আপুনি খং কৰিব, নহ'লে ভয় কৰিব বা হাঁহিব, Watch Viral Video

Health Tips: জিকা (Ridge Gourd) খাই হয়তো বহুতেই ভাল পাই বা নাপাই; কিন্তু এই সাধাৰণ পাচলিবিধৰ লাভালাভবোৰ পঢ়িলে, ভাল নোপোৱাসকলেও ভাল পাবলৈ আৰম্ভ কৰিব, তাৰ আগতে জানি লওক গুণাগুণবোৰ কি কি?

Ridge Gourd Benefits: এনে কিছু পাচলি আছে যি স্বাস্থ্যৰ বাবে অতি ভাল। তাৰে ভিতৰত এনে এবিধ পাচলি হৈছে জিকা (Ridge Gourd)। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্ব'হাইড্রেট, প্র'টিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স।

Khatang Khobor by Khatang Khobor
July 6, 2022
in স্বাস্থ্য, খাদ্য
0 0
Share on FacebookShare on Twitter

Ridge Gourd Benefits: পাচলি হিচাপে ব্যৱহৃত জিকা কেৱল অসম বুলিয়েই নহয় দেশৰ অন্য কেইবাখনো ৰাজ্যতো পোৱা যায়। ইংৰাজীত Ridge Gourd নামেৰে জনা জিকাৰ বৈজ্ঞানীক নাম হৈছে Luffa acutangula। জিকা মুখ্যত বৰ্ষাকালীন খেতি। সেয়ে বাৰিষা কালতহে ইয়াৰ খেতি কৰা হয়। পিছে ইয়াৰ হাইব্ৰীড প্ৰজাতি ওলোৱাৰ পিছৰেপৰা বছৰৰ সকলো সময়তে ইয়াৰ খেতি কৰাটো সম্ভৱ হৈ উঠিছে। হাইব্ৰীড জিকাবোৰৰ আকাৰ আমাৰ স্থানীয় জিকাতকৈ ভালেখিনি ডাঙৰ। আমাৰ ৰাজ্যত জেঠ মাহত লগা এবিধ স্থানীয় জিকাও পোৱা যায়। ইয়াক “আহু জিকা” বুলি কোৱা হয়।

আহক জানি লও জিকাৰ (Ridge Gourd) লাভালাভবোৰ কি কি?

১. জিকাত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বিটা কেৰোটিনৰ ৰূপত থাকে যিয়ে আনকি বৰ্ধিত বয়সতো দৃষ্টিশক্তি উন্নত (Promotes Eye health) কৰাত অৰিহণা যোগায়। এইবোৰে মেকুলাৰ অৱক্ষয়, আংশিক অন্ধত্ব আৰু চকুৰ অন্যান্য ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। এক মূল্যৱান এণ্টিঅক্সিডেণ্ট হোৱাৰ বাবে, বিটা কেৰোটিনে চকুৰ স্নায়ু আৰু দৃশ্যমান ৰক্তনলীবোৰক বিষাক্ত পদাৰ্থৰ পৰা মুক্ত কৰে, যাৰ ফলত চকুবোৰ ক্ষতিকাৰক মুক্ত ৰেডিকেলৰ পৰা ৰক্ষা পৰে।

২. জিকাত প্ৰচুৰ পৰিমাণৰ পানী থাকে। ইয়াৰ উপৰিও, জিকাৰ মঙহাল অংশত চেলুলোজ প্ৰচুৰ পৰিমাণে থাকে, যি হৈছে এক প্ৰাকৃতিক আহাৰৰ ফাইবাৰ। সেয়েহে, জিকাৰ ভাজি বা কেৱল কিছু মৌৰ সৈতে মিঠা কৰা জিকাৰ ৰস এগিলাচ খালেই কোষ্ঠ-কাঠিন্যতাৰ (Constipation) পৰা সকাহ পাব পাৰি।

৩. জিকাক বিষাক্ত আৱৰ্জনা, সুৰাৰ অৱশিষ্ট আৰু হজম নোহোৱা খাদ্য কণাৰ তেজ বিশুদ্ধ কৰাৰ ক্ষমতা থকা বুলি বিশ্বাস কৰা হয়। সেয়েহে ই যকৃতৰ স্বাস্থ্য (Liver Healthy) আৰু পিত্তৰ কাৰ্য উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৪. জিকাত স্বাভাৱিকতে কেলৰি কম আৰু সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰলৰ নগণ্য ঘনত্ব থাকে। ইয়াৰ ফলত, খাদ্যত প্ৰ’টিন, কাৰ্বোহাইড্ৰেট আৰু চৰ্বি তৎক্ষণাৎ গ্ৰহণ কৰাৰ পিছত হজম কৰাত সহায় কৰে আৰু লগতে শৰীৰৰ কোষকলাত চৰ্বিৰ (Weight Loss) অতিৰিক্ত জমা প্ৰতিহত কৰে।

৫. জিকাত কেলৰি, শৰ্কৰা স্বাভাৱিকতে কম, আনহাতে আহাৰৰ আঁহৰ বিশাল ভাণ্ডাৰ থাকে, যি ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে, অকাল হেঁপাহ নিয়ন্ত্ৰণ কৰে আৰু ওজন বৃদ্ধি নিয়ন্ত্ৰণ (Diabetic patient) কৰে।

৬. যথেষ্ট পৰিমাণৰ আইৰন থকা আহাৰৰ সৈতে নিয়মীয়াকৈ জিকা খালে আইৰনৰ অভাৱৰ ফলত হোৱা ৰক্তহীনতা নিৰাময় হয়।

৭. জিকাত থকা ভিটামিন চি আৰু ভিটামিন এ এণ্টিঅক্সিডেণ্টে দেহৰ পৰা ক্ষতিকাৰক মুক্ত ৰেডিকেল আঁতৰ কৰাত, স্বাস্থ্যৱান ছালৰ কোষকলাৰ অক্সিডেটিভ ক্ষতি প্ৰতিহত কৰাত আৰু তেজক বিষমুক্ত তথা বিশুদ্ধ কৰাত সহায় কৰে। দৈনিক আহাৰৰ অংশ হিচাপে জিকা অন্তৰ্ভুক্ত কৰিলে ছালৰ কোষবোৰলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে, লগতে ই আপোনাক কোমল পৰিষ্কাৰ আৰু উজ্জ্বল ছাল প্ৰদান কৰিবৰ বাবে সংক্ৰমণ, ব্রণ, ডাঠ দাগ আদি প্ৰতিকাৰ কৰে।

৮. ইয়াৰোপৰি জিকাত প্ৰদাহ প্ৰতিৰোধী, এলাৰ্জি প্ৰতিৰোধী, Cerebroprotective প্ৰভাৱ থাকে। যাৰ বাবে ই শৰীৰত হোৱা প্ৰদাহজনিত সমস্যা, এলাৰ্জিৰ প্ৰতিক্ৰিয়া আদিৰ পৰা সকাহ দিব পাৰে।

৯. খুব কম লোকেহে জানে যে জিকা খোৱাটো ছুগাৰৰ ৰোগীসকলৰ বাবে উপকাৰী। ইয়াত আছে পেপটাইড আৰু ক্ষাৰীয় উপাদান। এই দুয়োটায়েই বিপাক বৃদ্ধিত সহায় কৰে, যি ইনছুলিনৰ পৰিমাণ নিয়ন্ত্রণত সহায়ক। সেয়ে ছুগাৰৰ ৰোগীসকলে অৱশ্যেই ইয়াক খাদ্য তালিকাত ৰখা উচিত।

১০. জিকা খালে বহু সময় পেট ভৰ্তি হৈ থাকে। ইয়াৰ ফলত ভোক কম লাগে আৰু ই ওজন বৃদ্ধিৰ সমস্যাৰ পৰা মুক্তি দিয়ে।

১১. শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰাটো অতি গুৰুত্বপূর্ণ। এনে পৰিস্থিতিত অৱশ্যেই খাদ্য তালিকাত জিকা অন্তর্ভুক্ত কৰক।

১২. অন্ত্রমূল ৰোগত আক্রান্ত লোকৰ বাবে জিকা সুপথ্য।

১৩. ছাইনাছাইটিছ ৰোগীৰ বাবেও জিকা উপকাৰী। ইয়াৰ পূৰঠ গুটিৰ পৰা ৰস উলিয়াই ১০-১৫ দিনমান নাকত দিলে সুফল পোৱা যায়।

১৪. জিকা পিত্তশূল ৰোগীৰ বাবেও উপকাৰী।

১৫. যিকোনো ছালৰ ৰোগত জিকা সুপথ্য।

১৬. জিকাৰ পাত পিহি ৩-৪ মাহমান কুণ্ঠ ৰোগ হোৱা ৰোগীৰ ছালত লগালে উপকাৰ পোৱা যায়।

১৭. পাকস্থলীত ঘা হ’লে মছলা নিদিয়াকৈ জিকা ৰান্ধি খালে উপকাৰ পোৱা যায়।

১৮. মণ্ড দাইলেৰে ৰন্ধা জিকাৰ তৰকাৰি কলা জ্বৰত আক্ৰান্ত ৰোগীৰ বাবে উপকাৰী।
কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/education/important-decision-cabinet-decision-taken-by-hbs-govt/10289/

Tags: FoodHealthHealth BenefitsHealth Care TipsLifestyleRidge GourdRidge Gourd Benefitsখাদ্যজিকাজিকাৰ লাভালাভজীৱনশৈলীস্বাস্থ্যস্বাস্থ্যৰ পৰামৰ্শস্বাস্থ্যৰ লাভালাভ
Previous Post

গুৰুত্বপূৰ্ণ সিদ্ধান্ত! মেট্ৰিকত (Hslc) প্ৰথম বিভাগ পোৱা শিক্ষাৰ্থীয়ে নাপাব লেপটপ বা ডেস্কটপ; লাভ কৰিব…

Next Post

ইয়াকে কয় কথমপি প্ৰাণৰক্ষা! বাঘক জোকাই আছিল; কিন্তু তাৰ পিছত যি ঘটিল সেয়া দেখি হয়তো আপুনি খং কৰিব, নহ’লে ভয় কৰিব বা হাঁহিব, Watch Viral Video

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

পাকিস্তানৰ ৰাজনীতিত আগমন ঘটিব নতুন “ৰাজকুমাৰ”ৰ ..

পাকিস্তানৰ ৰাজনীতিত আগমন ঘটিব নতুন “ৰাজকুমাৰ”ৰ ..

July 17, 2025
In Himachal, the forest department is cutting down thousands of fruit trees …

In Himachal, the forest department is cutting down thousands of fruit trees …

July 15, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist