মহাৰাষ্ট্ৰৰ (Maharastra) বাৰামতীত (Baramati) এক হৃদয় বিদাৰক ঘটনা (Tragic Incident) সংঘটিত হৈছে। তাত নৱম শ্ৰেণীত পঢ়া এজন ছাত্ৰই ফাঁচী লগাই আত্মহত্যা (Youth Suicide) কৰে। এই ঘটনাটো তালুকাৰ কৰাবাগজ গাঁৱত সংঘটিত হৈছে। শিশুটিৰ মৃত্যুত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত। ঘটনাটোৰ খবৰ পোনা মাত্ৰকেই ঘটনাস্তলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।
শিশুৰ মাতৃয়ে আৰক্ষীক ক’লে যে তেওঁৰ পুত্ৰ দীৰ্ঘদিনে গেম খেলিবলৈ নতুন মোবাইল কিনিবলৈ জেদ ধৰি আছিল (Son Did Not Get New Mobile Phone To Play Game Mother)। আৰ্থিক অসুবিধাৰ বাবে যেতিয়া তাক মই ফোন কিনি দিব পৰা নাছিলো। তেতিয়া সি এই সিদ্ধান্ত লয়। মই দিন হাজিৰা কৰি কোনোমতে ঘৰ চলাও…এই কথাখিনি কৈ হুকহুকাই কান্দি উঠিল মাতৃ।
Photo: Aaj Tak
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/minister-parimal-suklabaidya-comments-on-durga-puja/12051/
Discussion about this post