দৰং (Darrang) জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰ গ্ৰেপ্তাৰ (Arrest)। দৰঙৰ শ্যামটিলা জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰ। পত্নীক (Wife) ধৰ্ষণ (Rape) কৰাৰ অভিযোগ দিয়ে খোদ পত্নীয়ে। স্বামীসহ আন তিনিজন লোকে ধৰ্ষণ (Rape) কৰাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে।
যোৱা এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল হুমায়ুন কবিৰৰ লগত। বিবাহৰ পিছৰ পৰা স্বামী হুমায়ুন কবিৰসহ চফীকুল ৰহমান, জয়নুদ্দীন আহমেদ, ফকৰুদ্দিনে সমূহীয়াভাৱে ধৰ্ষণ কৰাৰ অভিযোগ দিয়ে।
ধুলা থানাৰ Case no. 366/21 u/s 376 (D)/506 IPC ধাৰাত কেচ ৰুজু কৰি গ্ৰেপ্তাৰ (Arrest) কৰিছে।
Photo & Input: Bhabesh Kalita




























Discussion about this post