গুৱাহাটীৰ (Guwahati) হাটীগড় চাৰিআলিত (Hatigarh Chariali) এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Suicide Case)। মন্দাকিনী এপাৰ্টমেণ্টত উদ্ধাৰ অভিযন্তাগৰাকীৰ মৃতদেহ (Engineer DeadBody Recover) ৷ শুকুৰবাৰৰ পুৱা নিজৰ কোঠাত উদ্ধাৰ হয় মৃতদেহটো ৷
PHEDৰ কাৰ্যবাহী অভিযন্তা আছিল মৃণাল কলিতা (Mrinal Kalita)৷ চুৰিৰে ডিঙি ৰেপি নিজকে শেষ কৰিলে অভিযন্তাজনে ৷ অফিচৰ অত্যাধিক কামৰ হেচাৰ বাবে আত্মহত্যা (Suicide Case) কৰাৰ অভিযোগ পৰিয়ালৰ ৷ ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ তন্ন-তন্নকৈ আৰম্ভ কৰিছে সকলো দিশ ৷ কোনোৱে হত্যা কৰিলে নেকি অভিযন্তাজনক? এই দিশতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Photo & Input: Ramesh Baishya
Discussion about this post