ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Encounter)। এইবাৰ মৰিগাঁও আৰক্ষীয়ে (Morigaon Police) গুলিয়াই ড্ৰাগছ্ মাফিয়া (Drugs Mafia) আব্দুচ চামাদক। মৰিগাঁও জাগীৰোডত (Morigaon Jagiroad) সংঘটিত হৈছে এই ঘটনা। ড্ৰাগছ্ মাফিয়াটোৱে এখন বাইকেৰে সৰবৰাহ কৰিবলৈ ওলাইছিল ড্ৰাগছ্খিনি।
প্ৰায় ৪ কোটি টকাৰ ড্ৰাগছ্ সৰবৰাহ কৰা সময়তে আৰক্ষীৰ গুলী ড্ৰাগছ মাফিয়া আব্দুচ চামাদলৈ ৷ বৰ্তমান GMCHত চিকিৎসাধীন ড্ৰাগছ মাফিয়াটো (Drugs Mafia)।
Photo & Input: মৃগাংক মেধি
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/big-road-accident-in-banda-five-friends-died/7192/
Discussion about this post