ACS সুকন্যা বৰাক গ্ৰেপ্তাৰ। চি এম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে সুকন্যাক বৰাক। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ACS বিষয়াগৰাকীক। কেইবাবাৰো জেৰাৰ সন্মুখীন হৈছিল সুকন্যা বৰা। ৮ বছৰৰ চাকৰি কালত ঘটিছিল কোটি কোটি টকা।
ভয়ংকৰ জালিয়াতি-খেলিমেলিৰে অবাধ সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগ এইগৰাকী কোটিপতি ৰাজপত্ৰিত বিষয়া সুকন্যা বৰাৰ বিৰুদ্ধে৷ চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে অবাধ সম্পত্তিৰ গৰাকী হ’বলৈ সক্ষম হৈছিল এইগৰাকী ACS বিষয়া৷
Discussion about this post