শ্ৰীহৰিকোটা, অন্ধ্ৰপ্ৰদেশঃ চন্দ্ৰযান-৩ৰ জৰিয়তে ভাৰতৰ চন্দ্ৰত অৱতৰণৰ সফলতাক অনুসৰণ কৰি ইছৰ’ই আজি প্ৰত্যাহ্বানমূলক, এঘণ্টীয়া অভিযানৰ অন্তত আদিত্য এল ১ক (Aditya L1) সফলতাৰে কক্ষপথত স্থাপন কৰে । পৃথিৱীৰ কক্ষপথৰ পৰা আদিত্য এল ১ (Aditya L1) মহাকাশযানখনক ইছৰোৰ (ISRO) দলে লাহে লাহে ধাৰাবাহিকভাবে সূৰ্য্যৰ কক্ষপথত স্থাপন কৰিব।
ভাৰতৰ প্ৰথমটো সূৰ্য্য অভিযানৰ লক্ষ্য হৈছে সৌৰ বতাহৰ অধ্যয়ন (study solar winds)।
আদিত্য-এল১ মহাকাশযানখনে চাৰি মাহৰ ভিতৰত প্ৰায় ১৫ লাখ কিলোমিটাৰ (৯৩০,০০০ মাইল) যাত্ৰা পথ অতিক্ৰম কৰিব।
ISRO said on Friday : “The Sun is a giant sphere of gas and Aditya L1 would study the outer atmosphere of the Sun. Aditya L1 will neither land on the Sun nor approach the Sun any closer,”
ছান মিছন মুকলিৰ (Sun Mission Launch) সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ বিজ্ঞানীসকলক অভিনন্দন জনাই কয় যে –
India’s latest mission in its ambitious space programme blasted off today, a week after the country’s successful unmanned Moon landing. Congratulating the scientists of Indian Space Research Organisation (ISRO), Prime Minister Narendra Modi said that the tireless efforts to better understand the Universe would continue.
“Our tireless scientific efforts will continue in order to develop better understanding of the Universe for the welfare of entire humanity,” Prime Minister Narendra Modi said.
Discussion about this post