অমানৱীয়! যৌতুকৰ বাবে শাৰীৰিক-মানসিক অত্যাচাৰ; ইমানতে ক্ষান্ত নাথাকি স্বামী গৃহৰ পৰিয়ালে কেৰাচিন তেল ঢালি জ্বলাই দিলে তছলিমা বেগম নামৰ এগৰাকী মহিলাক
তেজপুৰত (Tezpur) সংঘটিত হৈছে অমানৱীয় কাণ্ড। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী বোৱাৰীৰ মৰণ কাতৰ আৰ্তনাদ। বিবাহৰ পিছৰ পৰাই শাৰীৰিক-মানসিক অত্যাচাৰ (Women ...
Read more