ল’বহে পালে, কিন্তু খাব নাপালে! বিচাৰিছিল ৫ লাখ টকা ঘোচ (Bribe); প্ৰথম কিস্তি হিচাপে ৫০ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যবাহী অভিযন্তা, এতিয়া ঠিকনা জেল
দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Directorate of Vigilance & Anti-Corruption)। এইবাৰ ঘোচ লৈ হাতে-লোটে গ্রেপ্তাৰ ...
Read more