নিয়তিৰ নিষ্ঠুৰ পৰিহাস! ২টি কন্যা সন্তানৰ সৈতে দিন হাজিৰা কৰি ঘৰলৈ বুলি উভতিছিল মাতৃ; কিন্তু দ্ৰুতবেগী ছুইফট ডিজায়াৰ বাহনে মহটিয়াই নিয়ে মাতৃসহ ২ কন্যাক, থিতাতে প্ৰাণ হেৰুৱাই মাতৃয়ে
বিলাসীপাৰাৰ (Bilasipara) চিৰাকুটাৰ (Chirakuta) ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road Accident)। দ্ৰুতবেগী ছুইফট ...
Read more