একেদিনাই সৰ্থেবাৰীত তিনিটাকৈ চুৰিকাণ্ড; এঘৰৰ পৰা নিলে সোণৰ অলংকাৰ, ২খন ATM, আন এটা ঘৰৰ পৰা নিলে সোণৰ অলংকাৰ, ১ লাখ টকা আৰু এটা পেট্ৰ’ল পাম্পৰ সমীপৰ পৰা নিলে এখন বুলেট
সৰ্থেবাৰীত (Sarthebari) পুনৰ সংঘটিত হ'ল চুৰিকাণ্ড (Thief Case)। একেদিনাই তিনিটাকৈ চুৰিকাণ্ড সংঘটিত হয়। দুদিন পূৰ্বে সৰ্থেবাৰীৰ দীপক ডেকাৰ ঘৰত চোৰে ...
Read more