কি হৈছে স্বাস্থ্য বিভাগৰ! ভগৱানৰূপী চিকিৎসকৰ অদ্ভুত কৰ্মকাণ্ড; ৰোগীক চিকিৎসা কৰাৰ পৰিৱৰ্তে চিকিৎসক গ’ল ‘নামাজ’ (Namaz) পঢ়িবলৈ…ফলত ৰোগীৰ মৃত্যু, কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ চাঞ্চল্যকৰ ঘটনা মাৰ নৌযাওতেই পুনৰ একেই কাণ্ড
কালিকা লাগিছে অসমৰ স্বাস্থ্য বিভাগত। মাজুলীৰ শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (Tejaswita Baruah Death) মৃত্যুৰ খবৰ মাৰ নৌযাওতেই পুনৰ টীয়কৰ (Teok) ...
Read more