ইয়াকে কয় গৰু পিটন! এজন শিক্ষক আৰু কেইবাগৰাকীও ছাত্ৰী; শিক্ষকৰ গাল আৰু পিঠি, ছাত্ৰীৰ চেণ্ডেলৰ চৰ, গোৰ আৰু ফলা খৰিৰ কোব, ঘটনাটো এনেধৰণৰ…Watch Video
ছাত্ৰীৰ চেণ্ডেলৰ চৰ শিক্ষকৰ গালত। লাথ ভৰিত, পিঠিত ফলা খৰিৰ কোব। এই ঘটনাটো সংঘটিত হৈছে গোৱালপাৰাৰ (Goalpara) পলিটেকনিকত (Polytechnic)। গুৰু-শিষ্যৰ ...
Read more