ছৈয়দা হামিদৰ মন্তব্যই কঁপাইছে ৰাজ্য : মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, সদৌ অসম ছাত্ৰ সন্থা (আছু)কে ধৰি আন দল-সংগঠন তথা বুদ্ধিজীৱীলৈকে সকলোৱেই এই লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ –
♦ ''অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব কৰা নাই ৷ বাংলাদেশীয়ে অধিকাৰ খৰ্ব কৰা বুলি কোৱাটো মানৱতাৰ প্ৰতি হানিকাৰক ৷ ...
Read more