উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! বিবাহিত হওক বা অবিবাহিত সকলো মহিলাই কৰিব পাৰিব গৰ্ভপাত (Abortion), সকলো মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে গৰ্ভপাতৰ আছে অধিকাৰ
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) মহিলাসকলৰ সপক্ষে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Supreme Court Judgment) গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এটা ৰায়দান ...
Read more