মেট্ৰিক পৰীক্ষাৰ (HSLC) এদিন পূৰ্বে চিপ লৈ আত্মহত্যা (Suicide) পৱন ৰায় নামৰ এজন ছাত্ৰৰ; আজি ছাত্ৰজন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল
অভয়াপুৰীত (Abhayapuri) মেট্ৰিকৰ পৰীক্ষাৰ (HSLC) দিনাই অঘটন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীয়ে বাচি ললে আত্মহননৰ পথ। ছাত্ৰজনে নিশা চিপ লৈ ...
Read more