‘আমি দুঃখিত যে, আমি বিহুৰ মঞ্চত হিন্দী গীত নাগাও; KGF Chapter-2ত গোৱা গীতটোৰ অনুৰোধ আহিছে, কিন্তু মই নাগাও, একেবাৰে বেয়া নাপাব’- মঞ্চতে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে দৰ্শকক উদ্দেশ্যি কয় এই কথা
বিহু মঞ্চত শিল্পীয়ে হিন্দী গীত (Hindi Songs) পৰিৱেশন কৰাক লৈ বিভিন্ন সময়ত সৃষ্টি হৈ আহিছে বিভিন্ন বিতৰ্কৰ। তাৰ মাজতে একাংশ ...
Read more